ডুমডুমাৰ টিঙামৰা তিনিআলিত ট্ৰেক্টৰে মহতিয়াই নিলে পঞ্চম শ্ৰেণীৰ ছাত্ৰক

News18 Assam | News18-Assam
Updated:December 16, 2020, 7:08 PM IST
ডুমডুমাৰ টিঙামৰা তিনিআলিত ট্ৰেক্টৰে মহতিয়াই নিলে পঞ্চম শ্ৰেণীৰ ছাত্ৰক
ডুমডুমাৰ টিঙামৰা তিনিআলিত ট্ৰেক্টৰে মহতিয়াই নিলে পঞ্চম শ্ৰেণীৰ ছাত্ৰক

ডুমডুমাৰ টিঙামৰা তিনিআলিত ট্ৰেক্টৰে মহতিয়াই নিলে পঞ্চম শ্ৰেণীৰ ছাত্ৰক

  • Share this:
ডুমডুমাৰ টিঙামৰা তিনিআলিত পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰ। নিহত ছাত্ৰজন গৈপানী গাঁৱৰ প্ৰসেন সন্দিকৈৰ ১২ বছৰীয়া পুত্ৰ নিৰঞ্জন সন্দিকৈ। বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা ছাত্ৰজনক অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰে পিছফালৰ পৰা মহতিয়াই নিয়াত থিতাতে নিহত হ'য় ছাত্ৰজন। আৰক্ষীয়ে আটক কৰে ট্ৰেক্টৰখনৰ চালকক।
Published by: Sanjay Kumar Das
First published: December 16, 2020, 7:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি