ডবকাত দ্ৰুতবেগী মেজিক বাহনে খুন্দিয়ালে গছত, থিতাতে নিহত চালক

আন এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। ডিফুৰ পৰা ডবকা অভিমুখে আহি আছিল বাহনখন।

News18-Assam
Updated:October 17, 2019, 4:17 PM IST
ডবকাত দ্ৰুতবেগী মেজিক বাহনে খুন্দিয়ালে গছত, থিতাতে নিহত চালক
আন এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। ডিফুৰ পৰা ডবকা অভিমুখে আহি আছিল বাহনখন।
News18-Assam
Updated: October 17, 2019, 4:17 PM IST
ডবকাত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ডিফু ৰোডত সংঘটিত এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন। এখন দ্ৰুতবেগী মেজিক বাহনে পথৰ দাঁতিৰ এডাল গছত প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাত থিতাতে নিহত বাহনখনৰ চালকজন। আন এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। ডিফুৰ পৰা ডবকা অভিমুখে আহি আছিল বাহনখন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি