ঢেকীয়াজুলিত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বাইক আৰোহীৰ

নিহত বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

News18-Assam
Updated:September 27, 2019, 3:46 PM IST
ঢেকীয়াজুলিত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বাইক আৰোহীৰ
নিহত বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
News18-Assam
Updated: September 27, 2019, 3:46 PM IST
ঢেকীয়াজুলিৰ আলিচিঙাত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত ট্ৰাক খুন্দা মৰাত থিতাতে নিহত হয় দুই বাইক আৰোহী। বাইক আৰোহী দুজনৰ এজনেও পিন্ধা নাছিল হেলমেট। নিহত বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি