চাংসাৰিত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত পিতৃ–কন্যা

দ্ৰুতবেগী বাছে মহতিয়াই নিলে এখন ফৰচুনাৰ গাড়ী।

News18-Assam
Updated:July 11, 2019, 10:45 PM IST
চাংসাৰিত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত পিতৃ–কন্যা
দ্ৰুতবেগী বাছে মহতিয়াই নিলে এখন ফৰচুনাৰ গাড়ী।
News18-Assam
Updated: July 11, 2019, 10:45 PM IST
কামৰূপৰ চাংসাৰিত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী বাছে মহতিয়াই নিলে এখন ফৰচুনাৰ গাড়ী। এই দুৰ্ঘটনাত থিতাতে নিহত হয় ফৰচুনাৰখনৰ আৰোহী পিতৃ–কন্যাৰ। ফৰচুনাৰখনৰ চালকজনো গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত। আহত চালকজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহত পিতৃ–কন্যাৰ নাম অজয় বসুমতাৰী আৰু মিৰালী বসুমতাৰী। কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি