বাহনখনত আছিল তিনিজন লোক৷ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে লোককেইজনৰ৷
বাহনখনত আছিল তিনিজন লোক৷ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে লোককেইজনৰ৷
বঙাইগাঁৱৰ কাকৈজানাত ভয়ংকৰ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত পৰিল চাৰিচকীয়া বাহন৷ পানীত পৰিল এখন নম্বৰ প্লেটবিহীন ৱাগন–আৰ৷ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিছিল বাহনখন৷ বাহনখন ক্ৰয় কৰা মাত্ৰ এমাহ হৈছিল৷ কোচবিহাৰৰ পৰা অৰুণাচললৈ গৈ আছিল বাহনখনৰ আৰোহীসকল৷ বাহনখনত আছিল তিনিজন লোক৷ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে লোককেইজনৰ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|