உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বঙাইগাঁৱত দলঙৰ পৰা দ’ খাৱৈত পৰিল ৱাগন–আৰ

    বঙাইগাঁৱত দলঙৰ পৰা দ’ খাৱৈত পৰিল ৱাগন–আৰ

    বাহনখনত আছিল তিনিজন লোক৷ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে লোককেইজনৰ৷

    বাহনখনত আছিল তিনিজন লোক৷ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে লোককেইজনৰ৷

    বাহনখনত আছিল তিনিজন লোক৷ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে লোককেইজনৰ৷

    • Share this:
    বঙাইগাঁৱৰ কাকৈজানাত ভয়ংকৰ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত পৰিল চাৰিচকীয়া বাহন৷ পানীত পৰিল এখন নম্বৰ প্লেটবিহীন ৱাগন–আৰ৷ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিছিল বাহনখন৷ বাহনখন ক্ৰয় কৰা মাত্ৰ এমাহ হৈছিল৷ কোচবিহাৰৰ পৰা অৰুণাচললৈ গৈ আছিল বাহনখনৰ আৰোহীসকল৷ বাহনখনত আছিল তিনিজন লোক৷ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে লোককেইজনৰ৷
    Published by:Sanjay Kumar Das
    First published: