বঙাইগাঁৱত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে আৰক্ষী কনিষ্টবলক, থিতাতে নিহত কনিষ্টবলজন

চুপাৰীভৰ্তি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয় এজন আৰক্ষী কনিষ্টবলৰ।

News18-Assam
Updated:September 17, 2019, 11:37 AM IST
বঙাইগাঁৱত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে আৰক্ষী কনিষ্টবলক, থিতাতে নিহত কনিষ্টবলজন
চুপাৰীভৰ্তি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয় এজন আৰক্ষী কনিষ্টবলৰ।
News18-Assam
Updated: September 17, 2019, 11:37 AM IST
বঙাইগাঁৱৰ মাণিকপুৰত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী চুপাৰীভৰ্তি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয় এজন আৰক্ষী কনিষ্টবলৰ। নিহত কনিষ্টবলজনৰ নাম ৰমেজ উদ্দিন। RJ-04-GB-8069 নম্বৰৰ দ্ৰুতবেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত কনিষ্টবলজনৰ ওপৰতে বাগৰি পৰাত থিতাতে নিহত হয় লোকজন।
 NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি