বঙাইগাঁৱত বালিভৰ্তি বলেৰ’ পিকআপ ভানে মহতিয়াই নিলে কণমানি ছাত্ৰক

থিতাতে নিহত হোৱা স্কুলীয়া ছাত্রজন বইটামাৰী জাতীয় বিদ্যালয়ৰ তনুশ্যাম সৰকাৰ।

News18-Assam
Updated:September 27, 2019, 4:36 PM IST
বঙাইগাঁৱত বালিভৰ্তি বলেৰ’ পিকআপ ভানে মহতিয়াই নিলে কণমানি ছাত্ৰক
থিতাতে নিহত হোৱা স্কুলীয়া ছাত্রজন বইটামাৰী জাতীয় বিদ্যালয়ৰ তনুশ্যাম সৰকাৰ।
News18-Assam
Updated: September 27, 2019, 4:36 PM IST
বঙাইগাঁৱত শোকাবহ পথ দুৰ্ঘটনা। বইটামাৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত হয় এটি কণমানি। বালিভৰ্তি বলেৰ’ পিকআপ ভানে মহতিয়াই মিয়ে ৭ বছৰীয়া শিশুটিক। থিতাতে নিহত হোৱা স্কুলীয়া ছাত্রজন বইটামাৰী জাতীয় বিদ্যালয়ৰ তনুশ্যাম সৰকাৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি