বঙাইগাঁৱত বলেৰ’ আৰু টাটা ম’বাইলৰ মুখামুখি সংঘৰ্ষ, ১৬জন লোক আহত

আহতসকলক ভৰ্তি কৰোৱা হয় নিকটৱৰ্তী হাস্পতালত।

News18-Assam
Updated:August 28, 2019, 3:46 PM IST
বঙাইগাঁৱত বলেৰ’ আৰু টাটা ম’বাইলৰ মুখামুখি সংঘৰ্ষ, ১৬জন লোক আহত
আহতসকলক ভৰ্তি কৰোৱা হয় নিকটৱৰ্তী হাস্পতালত।
News18-Assam
Updated: August 28, 2019, 3:46 PM IST
বঙাইগাঁৱৰ বইটামাৰীত পথ দুৰ্ঘটনাত আহত ১৬জন লোক। দ্ৰুতবেগী বলেৰ’ আৰু টাটা ম’বাইলৰ মাজত মুখামুখি সংঘৰ্ষ। আহত ১৬জনৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাৰ ফলত খাৱৈত সোমাল টাটা ম’বাইল বাহনখন। আহতসকলক ভৰ্তি কৰোৱা হয় নিকটৱৰ্তী হাস্পতালত।
আৰু চাওক পৰৱৰ্তী বাতৰি