• Home
  • »
  • News
  • »
  • assam
  • »
  • কোকৰাঝাৰৰ বগৰীবাৰীত আৰক্ষীৰ বাহন আৰু পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ, এজন থিতাতে নিহত

কোকৰাঝাৰৰ বগৰীবাৰীত আৰক্ষীৰ বাহন আৰু পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ, এজন থিতাতে নিহত

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ ছিকিউৰিটীৰ দ্বায়িত্বত আছিল গাড়ীখন। মৃত বিজু বৰ্মনৰ ঘৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত।

  • Share this:
কোকৰাঝাৰৰ বগৰীবাৰীৰ ছাতাগুৰিত নিশা আৰক্ষীৰ গাড়ী আৰু পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত থিতাতে নিহত হয় আৰক্ষীৰ গাড়ীচালক বিজু বৰ্মন। গুৰুতৰভাৱে আহত আন তিনিজন আৰক্ষীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ ছিকিউৰিটীৰ দ্বায়িত্বত আছিল গাড়ীখন। মৃত বিজু বৰ্মনৰ ঘৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত।

দুৰ্ঘটনাত আহত তিনি আৰক্ষীৰ নাম ক্ৰমে গৌৰাংগ ঘোষ, বিকাশ আৰু হাছান তানিউজ্জামান বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে দুৰ্ঘটনাটোত পশ্চিম বংগৰ পৰা ব্ৰইলাৰ কঢ়িয়াই অনা পিকআপ ভেনৰ লগত আৰক্ষীৰ গাড়ীখনৰ মুখামুখি সংৰ্ঘষ হয়।
Published by:Sanjay Kumar Das
First published: