বিশ্বনাথৰ কোবাইগঢ়াত শোকাৱহ দুৰ্ঘটনা, এজন যুৱকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:November 13, 2020, 8:33 AM IST
বিশ্বনাথৰ কোবাইগঢ়াত শোকাৱহ দুৰ্ঘটনা, এজন যুৱকৰ মৃত্যু
দুর্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে নীলোৎপল বৰা আৰু ৰিকু বৰা নামৰ আন দুজন যুৱক।

দুর্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে নীলোৎপল বৰা আৰু ৰিকু বৰা নামৰ আন দুজন যুৱক।

  • Share this:
নিশা বিশ্বনাথৰ কোবাইগঢ়াত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৰুণাল ভূঞা নামৰ যুৱকজনৰ মৃত্যু হয়। দুখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুর্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে নীলোৎপল বৰা আৰু ৰিকু বৰা নামৰ আন দুজন যুৱক। দুয়োকে উন্নত চিকিৎসাৰ বাবে নিশাই তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: November 13, 2020, 8:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading