বৰপেটাৰ বাৰাদিত বাগৰিল যাত্ৰীবাহী বাছ, বাইক আৰোহীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত

বৰপেটাৰ পৰা বহৰি অভিমুখে গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন।

News18-Assam
Updated:September 24, 2019, 1:39 PM IST
বৰপেটাৰ বাৰাদিত বাগৰিল যাত্ৰীবাহী বাছ, বাইক আৰোহীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত
বৰপেটাৰ পৰা বহৰি অভিমুখে গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন।
News18-Assam
Updated: September 24, 2019, 1:39 PM IST
বৰপেটাৰ বাৰাদিত বাগৰিল যাত্ৰীবাহী বাছ। বাইক আৰোহীক বচাবলৈ গৈ পথৰ দাঁতিত বাগৰি পৰে যাত্ৰীবাহী বাছখন। এই দুৰ্ঘটনাত বাছখনৰ ১৬জন যাত্ৰী আহত হয়। আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত আটাইকে প্ৰেৰণ কৰা হৈছে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। বৰপেটাৰ পৰা বহৰি অভিমুখে গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন।

 
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি