শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ দুৰ্ঘটনা, দলঙৰ ওপৰৰ পৰা বাগৰিল যাত্ৰীবাহী মেজিক

News18 Assam | News18-Assam
Updated:April 12, 2021, 10:06 AM IST
শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ দুৰ্ঘটনা, দলঙৰ ওপৰৰ পৰা বাগৰিল যাত্ৰীবাহী মেজিক
বালিপৰাৰ পৰা পতঞ্জলিলৈ ৫জন শ্ৰমিকক কঢ়িয়াই নি থকাৰ অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

বালিপৰাৰ পৰা পতঞ্জলিলৈ ৫জন শ্ৰমিকক কঢ়িয়াই নি থকাৰ অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

  • Share this:
শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বালিপৰাৰ কালনি দলঙৰ ওপৰৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই তলত পৰিল পতঞ্জলিৰ শ্ৰমিক কঢ়িওৱা যাত্ৰীবাহী মেজিক। বালিপৰাৰ পৰা পতঞ্জলিলৈ ৫জন শ্ৰমিকক কঢ়িয়াই নি থকাৰ অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত থিতাতে নিহত হৰি ৰায় নামৰ এজন ব্যক্তি। আহত ৫জনৰ দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ AS 12 BC 5804।
Published by: Sanjay Kumar Das
First published: April 12, 2021, 10:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি