পুৱা গাড়ী চলাওতে সাৱধান হওক, ঘন কুঁৱলীয়ে মাতিব পাৰে বিপদ! বাইহাটাত দ’ খাৱৈত সোমাল বিলাসী বাহন

News18 Assam | News18-Assam
Updated:December 1, 2019, 11:12 AM IST
পুৱা গাড়ী চলাওতে সাৱধান হওক, ঘন কুঁৱলীয়ে মাতিব পাৰে বিপদ! বাইহাটাত দ’ খাৱৈত সোমাল বিলাসী বাহন
দুৰ্ঘটনাত বাহনখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

দুৰ্ঘটনাত বাহনখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

  • Share this:
বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। দেওবাৰে পুৱা মঙলদৈৰ পৰা AS 25BC 5241 নম্বৰৰ বিলাসী বাহনখনে গুৱাহাটীলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এটা দ’ খাৱৈত। ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে। দুৰ্ঘটনাত বাহনখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি