உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Bongaigaon Accident : বঙাইগাঁৱত মাজনিশা নিয়ন্ত্ৰণ হেৰুৱাই দোকানত সোমাল উইংগাৰ, ৭জন আহত

    Bongaigaon Accident : বঙাইগাঁৱত মাজনিশা নিয়ন্ত্ৰণ হেৰুৱাই দোকানত সোমাল উইংগাৰ, ৭জন আহত

    আটাইকেইজনকে আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নিশাই বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷

    আটাইকেইজনকে আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নিশাই বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷

    আটাইকেইজনকে আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নিশাই বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷

    • Share this:
    বঙাইগাঁৱৰ (Bongaigaon) অভয়াপুৰীত মাজনিশা পথ দুৰ্ঘটনা৷ অভয়াপুৰী বজাৰত দোকান ভাঙি ভিতৰত সোমাল উইংগাৰ৷ নিয়ন্ত্ৰণ হেৰুৱাই উইংগাৰখনে পথৰ দাঁতিত থকা দোকানৰ ভিতৰত সোমাই যোৱাৰ ফলত আহত হয় সাতজনকৈ যাত্ৰী ৷ AS 28 C 0667  উইংগাৰখনে GNRCৰ পৰা ৰোগী লৈ ঘৰলৈ উভতি আহি আছিল৷ আটাইকেইজনকে আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নিশাই বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷
    Published by:Sanjay Kumar Das
    First published: