নিহত ব্যক্তিজনৰ ঘৰ ৰহাৰ দিঘলদৰিৰ বুলি জানিব পৰা গৈছে।
নিহত ব্যক্তিজনৰ ঘৰ ৰহাৰ দিঘলদৰিৰ বুলি জানিব পৰা গৈছে।
পুৱতিনিশা ৰহাত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা। জাগীৰোডৰ পৰা নগাঁও অভিমুখী AS 02BC 8892 নম্বৰৰ বলেৰ' পিকাপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা AS 01JC 9214 নম্বৰৰ ট্ৰাকখনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। ৰহাৰ দিঘলদৰিত সংঘটিত হয় এই দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় ৩৬ বছৰীয়া ৰিংকুমণি নাথ নামৰ বলেৰ' পিকাপ বাহনখনৰ যাত্ৰীজন। নিহত ব্যক্তিজনৰ ঘৰ ৰহাৰ দিঘলদৰিৰ বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|