• Home
  • »
  • News
  • »
  • assam
  • »
  • Road accident at Numaligarh: নুমলীগড়ত নিশা ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত ১

Road accident at Numaligarh: নুমলীগড়ত নিশা ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত ১

 নিহত বাইক আৰোহীজনক বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই।

নিহত বাইক আৰোহীজনক বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই।

নিহত বাইক আৰোহীজনক বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই।

  • Share this:

নুমলীগড়ত ভয়াৱহ পথ দুৰ্ঘটনা (Road accident)। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী।  বাইক আৰোহীজনক বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই। দ্ৰুত বেগেৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।


নুমলীগড় (Numaligarh)ৰ তেলগৰম ফুলনি গাঁওৰ কাষৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াবহ  পথ দুৰ্ঘটনাটো।  AS01KC7413 নম্বৰৰ এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱা বাইকখনৰ নম্বৰ AS05B3511।


উল্লেখ্য, নিহত লোকগৰাকীৰ লগতে আন এজন আৰোহী গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিজনক স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে।  নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।


Assam News Today | News in Assamese
Published by:Gautam Barman
First published: