• Home
  • »
  • News
  • »
  • assam
  • »
  • দুধনৈত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল এল্ট’

দুধনৈত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল এল্ট’

দুৰ্ঘটনাত আহত হয় পাঁচজন লোক। আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

দুৰ্ঘটনাত আহত হয় পাঁচজন লোক। আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

দুৰ্ঘটনাত আহত হয় পাঁচজন লোক। আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

  • Share this:
দুধনৈত পথ দুৰ্ঘটনা। বাইক আৰু এল্ট’ৰ সংঘৰ্ষ। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল এল্ট’৷ দুধনৈৰ ৪৬নং ৰাজ্যিক ঘাইপথ উপৰতোলা ৰোডত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হয় পাঁচজন লোক। আটাইকেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷
Published by:Sanjay Kumar Das
First published: