মুখ্যপৃষ্ঠা »খবৰ »অসম »Jonmani Rabha Case: জোনমণি ৰাভা গোচৰত অভিযুক্ত ৰিয়াজুল ইছলাম CIDৰ জালত

Jonmani Rabha Case: জোনমণি ৰাভা গোচৰত অভিযুক্ত ৰিয়াজুল ইছলাম CIDৰ জালত

নকল সোণৰ বেহাৰ সৈতেও জড়িত আছিল ৰিয়াজুল। নিজকে জোনমণি ৰাভাৰ গাড়ীচালক বুলি পৰিচয় দিছিল ৰিয়াজুলে।

নকল সোণৰ বেহাৰ সৈতেও জড়িত আছিল ৰিয়াজুল। নিজকে জোনমণি ৰাভাৰ গাড়ীচালক বুলি পৰিচয় দিছিল ৰিয়াজুলে।

নকল সোণৰ বেহাৰ সৈতেও জড়িত আছিল ৰিয়াজুল। নিজকে জোনমণি ৰাভাৰ গাড়ীচালক বুলি পৰিচয় দিছিল ৰিয়াজুলে।

  • Share this:
CIDৰ জালত জোনমণি ৰাভা গোচৰত অভিযুক্ত ৰিয়াজুল ইছলাম। ৰিয়াজুলৰ ঘৰ লক্ষীমপুৰৰ নাওবৈচাত। ৰিয়াজুলৰ UPI IDত উৎকোচৰ ধন দিয়াৰ অভিযোগ কৰিছিল এজাহাৰত।

জোনমণি ৰাভা আৰু হাছিনা বেগমৰ সৈতে সম্পৰ্ক আছিল ৰিয়াজুলৰ। ৰিয়াজুলৰ UPI IDত ৯০ হাজাৰ টকা দিয়াৰ তথ্য দাখিল কৰিছিল আমিনা খাতুনে। বৰ্তমান নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰখা হৈছে ৰিয়াজুলক।

নকল সোণৰ বেহাৰ সৈতেও জড়িত আছিল ৰিয়াজুল। নিজকে জোনমণি ৰাভাৰ গাড়ীচালক বুলি পৰিচয় দিছিল ৰিয়াজুলে। নিশাই CIDৰ দলে লক্ষীমপুৰলৈ লৈ যোৱাৰ সম্ভাৱনা আছে ৰিয়াজুলক।

শেহতীয়া বাতৰি