ৰাজকীয় ইনিংছেৰে IPLত উজলিল ৰিয়ান

মাত্ৰ ৪৭টা বলত ৰিয়ানে সংগ্ৰহ কৰে ৫০ ৰান। IPLত প্ৰথমটো অৰ্ধ শতক অৰ্জন অসমৰ অল ৰাউণ্ডাৰগৰাকীৰ।

news18assam
Updated:May 4, 2019, 5:59 PM IST
ৰাজকীয় ইনিংছেৰে IPLত উজলিল ৰিয়ান
মাত্ৰ ৪৭টা বলত ৰিয়ানে সংগ্ৰহ কৰে ৫০ ৰান। IPLত প্ৰথমটো অৰ্ধ শতক অৰ্জন অসমৰ অল ৰাউণ্ডাৰগৰাকীৰ।
news18assam
Updated: May 4, 2019, 5:59 PM IST
IPL ৰিয়ান পৰাগৰ অভিলেখ। ৰাজকীয় ইনিংছেৰে IPLত উজলিল ৰিয়ান। মাত্ৰ ৪৭টা বলত ৰিয়ানে সংগ্ৰহ কৰে ৫০ ৰান। IPLত প্ৰথমটো অৰ্ধ শতক অৰ্জন অসমৰ অল ৰাউণ্ডাৰগৰাকীৰ। দলীয় বিপৰ্যয়ৰ পিছটো ৰিয়ানৰ দূৰ্দান্ত বেটিঙৰ বাবে সন্তুষজনক স্থিতিত ৰাজস্থান  দল। IPLত অৰ্ধশতক কৰা কণিষ্ঠতম খেলুৱৈ হিচাপে পৰিগণিত হ’ল ৰিয়ান পৰাগ।
আৰু চাওক পৰৱৰ্তী বাতৰি