গহপুৰৰ বালিজানত গ্ৰেপ্তাৰ চোৰাং চিকাৰী

ধৃত চোৰাং চিকাৰীটোৰ নাম দীপেন পেগু। অগৰাতলীৰ গঁড় হত্যাৰ সৈতে জড়িত আছিল দীপেন।

news18assam
Updated:April 24, 2019, 11:18 AM IST
গহপুৰৰ বালিজানত গ্ৰেপ্তাৰ চোৰাং চিকাৰী
চোৰাং চিকাৰী
news18assam
Updated: April 24, 2019, 11:18 AM IST
গহপুৰৰ বালিজানত গ্ৰেপ্তাৰ চোৰাং চিকাৰী। বিশ্বনাথৰ বন্যপ্ৰাণী বন সংমণ্ডলৰ অভিযানত আৰক্ষী আৰু STFৰো সহযোগ। গ্ৰেপ্তাৰ কৰিলে এটা কুখ্যাত চোৰাং চিকাৰীক। ধৃত চোৰাং চিকাৰীটোৰ নাম দীপেন পেগু। অগৰাতলীৰ গঁড় হত্যাৰ সৈতে জড়িত আছিল দীপেন।


 
আৰু চাওক পৰৱৰ্তী বাতৰি