உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Breaking News | Kaziranga National Park : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা! কহঁৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত উদ্ধাৰ মৃত গঁড়

    Breaking News | Kaziranga National Park : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা! কহঁৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত উদ্ধাৰ মৃত গঁড়

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    যদি চোৰাং চিকাৰীয়ে হত্যা কৰিছে তেন্তে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।

    • Share this:
    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ সন্দেহ। উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত বন কৰ্মীয়ে উদ্ধাৰ কৰিলে এটা মৃত গঁড়। চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ বন বিভাগৰ। যদি চোৰাং চিকাৰীয়ে হত্যা কৰিছে তেন্তে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।
    Published by:Sanjay Kumar Das
    First published: