কাজিৰঙাত উদ্ধাৰ মাতৃহাৰা গঁড় পোৱালি

News18 Assam | News18-Assam
Updated:July 14, 2020, 9:27 PM IST
কাজিৰঙাত উদ্ধাৰ মাতৃহাৰা গঁড় পোৱালি
কাজিৰঙাত বানৰ বিভীষিকাৰ মাজতে ডিফলু পথাৰৰ শুকানী গাঁৱৰ পৰা উদ্ধাৰ হয় গঁড় পোৱালিটো।

কাজিৰঙাত বানৰ বিভীষিকাৰ মাজতে ডিফলু পথাৰৰ শুকানী গাঁৱৰ পৰা উদ্ধাৰ হয় গঁড় পোৱালিটো।

  • Share this:
কাজিৰঙাত মাতৃৰ পৰা বিচ্ছিন্ন এটা গঁড় পোৱালি উদ্ধাৰ। কাজিৰঙাত বানৰ বিভীষিকাৰ মাজতে ডিফলু পথাৰৰ শুকানী গাঁৱৰ পৰা উদ্ধাৰ হয় গঁড় পোৱালিটো। অগৰাতলী বনাঞ্চলৰ বনকৰ্মীয়ে গঁড় পোৱালিটো উদ্ধাৰ কৰি কাজিৰঙাৰ পাণবাৰীস্থিত বন্য প্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰে। আনহাতে, চলিত বানত কাজিৰঙাত ১০২ বন্যপ্ৰাণী উদ্ধাৰ হৈছে।
Published by: Sanjay Kumar Das
First published: July 14, 2020, 9:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading