உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Police : অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা, ফলাফল চাবলৈ ক্লিক কৰক!

    Assam Police : অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা, ফলাফল চাবলৈ ক্লিক কৰক!

    SLPRBৰ ৱেবছাইটত উপলব্ধ হৈছে ফলাফলসমূহ।

    SLPRBৰ ৱেবছাইটত উপলব্ধ হৈছে ফলাফলসমূহ।

    SLPRBৰ ৱেবছাইটত উপলব্ধ হৈছে ফলাফলসমূহ।

    • Share this:
    অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। মুঠ ৬,৬৬২টা কনিষ্টবল পদৰ ফলাফল ঘোষণা। ইয়াৰে ২৩৯১টা পদ ইউ বি কনিষ্টবল আৰু ৪২৭১টা পদ এ বি কনিষ্টবলৰ।

    APROৰ ৮১৩টা কনিষ্টবলৰ পদৰ ফলাফল ঘোষণা কৰা হৈছে। F&ESৰ ৭৮৮টা কনিষ্টবলৰ পদ আৰু DGCDৰ ৭৫৪টা কনিষ্টবলৰ পদৰ ফলাফল ঘোষণা। AISFৰ ১৫৪টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰা হোৱা নাই।

    SLPRBৰ ৱেবছাইটত উপলব্ধ হৈছে ফলাফলসমূহ। www.slprbassam.in ত প্ৰাৰ্থীসকলে চাব পাৰিব তেওঁলোকৰ ফলাফল।
    Published by:Sanjay Kumar Das
    First published: