
চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ।
চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ।
মাঘ বিহুত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে আছে সুখবৰ। মাঘ বিহুৰ উৰুকাত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বন্ধ পাব। অসম চৰকাৰে এই দিনটোত সীমিত বন্ধৰ ঘোষণা কৰিছে। ১৩জানুৱাৰীত সীমিত বন্ধৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|