আটকাধীন লোকৰ পত্নীক ফোনত অশ্লীল ইংগিত, টীয়ক থানাৰ SI অপূৰ্ব কলিতাক ৰিজাৰ্ভ ক্ল’জ

বুধবাৰে টীয়কৰ কাকজানৰ শতাধিক লোকে থানা ঘেৰাও কৰি কলিতাক নিলম্বনৰ দাবী তুলিছিল।

News18-Assam
Updated:November 7, 2019, 8:58 AM IST
আটকাধীন লোকৰ পত্নীক ফোনত অশ্লীল ইংগিত, টীয়ক থানাৰ SI অপূৰ্ব কলিতাক ৰিজাৰ্ভ ক্ল’জ
বুধবাৰে টীয়কৰ কাকজানৰ শতাধিক লোকে থানা ঘেৰাও কৰি কলিতাক নিলম্বনৰ দাবী তুলিছিল।
News18-Assam
Updated: November 7, 2019, 8:58 AM IST
টীয়ক থানাৰ উপ–পৰিদৰ্শক অপূৰ্ব কলিতাক ৰিজাৰ্ভ ক্ল’জ। কলিতাৰ বিৰুদ্ধে আটকাধীন লোকৰ পত্নীলৈ ফোন কৰি অশ্লীল ইংগিত দিয়াৰ অভিযোগ। বুধবাৰে টীয়কৰ কাকজানৰ শতাধিক লোকে থানা ঘেৰাও কৰি কলিতাক নিলম্বনৰ দাবী তুলিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি