• Home
  • »
  • News
  • »
  • assam
  • »
  • ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত পতাকা কোনে ক'ত উত্তোলন কৰিব?

২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত পতাকা কোনে ক'ত উত্তোলন কৰিব?

২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত ড° হিমন্ত বিশ্ব শৰ্মাই ক’ত পতাকা উত্তোলন কৰিব

২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত ড° হিমন্ত বিশ্ব শৰ্মাই ক’ত পতাকা উত্তোলন কৰিব

২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত ড° হিমন্ত বিশ্ব শৰ্মাই ক’ত পতাকা উত্তোলন কৰিব

  • Share this:
গণতন্ত্ৰ দিৱস সমাগত। এই দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশতে ব্যাপক প্ৰস্তুতি চলিছে। লগতে পতাকা উত্তোলন অনুষ্ঠানত কোনে পতাকা উত্তোলন কৰিব সেই বিষয়েও আগতীয়াকৈ নিৰ্ধাৰণ কৰা হৈছে। অসমত এইবাৰ কোনে কোনে ক’ত পতাকা  উত্তোলন কৰিব সেই বিষয়ে এক তথ্য পোহৰলৈ আহিছে।

অসমৰ কোন ঠাইত কোনে পতাকা উত্তোলন কৰিব জানো আহক

ড° হিমন্ত বিশ্ব শৰ্মা— খানাপাৰা খেলপথাৰ

ৰণজিৎ কুমাৰ দাস— কামৰূপ

অতুল বৰা— গোলাঘাট

উখাও গৌড়া ব্ৰহ্ম— বাক্সা

চন্দ্ৰমোহন পাটোৱাৰী— যোৰহাট

পৰিমল শুক্লবৈদ্য—হাইলাকান্দি

কেশৱ মহন্ত— তেজপুৰ

ৰণোজ পেগু— নগাঁও

অশোক সিংঘাল— নলবাৰী

যোগেন মহন— ডিব্ৰুগড়

সঞ্জয় কিষান— তিনিচুকীয়া

অজন্তা নেওগ— শিৱসাগৰ

পীযূষ হাজৰিকা— উত্তৰ লখিমপুৰ

বিমল বৰা— মঙলদৈ

নন্দিতা গার্লোচা— শিলচৰ

জয়ন্ত মল্লবৰুৱা— ধুবুৰী

প্রমোদ বড়ো— কোকৰাঝাৰ

তুলিৰাম ৰংহাং— ডিফু

দেৱলাল গালোচা— হাফলং

গোবিন্দ চন্দ্ৰ বসুমতাৰী— ওদালগুৰি
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি