নুমলীগড়ৰ দৈগ্ৰোঙত পথ দুৰ্ঘটনাত প্ৰাগ নিউজৰ এজন সাংবাদিক নিহত

এখন ডাম্পাৰে মহতিয়াই নিয়ে স্কুটী আৰোহী সাংবাদিকজনক। JMCHত মৃত্যু ঘটে অমূল্য দত্ত নামৰ সাংবাদিকজনৰ।

news18assam
Updated:May 29, 2019, 9:06 PM IST
নুমলীগড়ৰ দৈগ্ৰোঙত পথ দুৰ্ঘটনাত প্ৰাগ নিউজৰ এজন সাংবাদিক নিহত
অমূল্য দত্ত
news18assam
Updated: May 29, 2019, 9:06 PM IST
নুমলীগড়ৰ দৈগ্ৰোঙত পথ দুৰ্ঘটনাত এজন সাংবাদিক নিহত। এখন ডাম্পাৰে মহতিয়াই নিয়ে স্কুটী আৰোহী সাংবাদিকজনক। JMCHত মৃত্যু ঘটে অমূল্য দত্ত নামৰ সাংবাদিকজনৰ। প্ৰাগ নিউজৰ স্থানীয় সাংবাদিক অমূল্য দত্ত। ৰাইজে কৰায়ত্ত কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।
পিছত ডাম্পাৰখন ৰাইজে চমজাই দিয়ে আৰক্ষীক।
আৰু চাওক পৰৱৰ্তী বাতৰি