২৪ এপ্ৰিলত ডিফুৰ আপাৰ দিলাজীৰ ১৩৬নং ভোটকেন্দ্ৰত পুণৰ ভোটগ্ৰহণ

৩নং স্বায়ত্তশাসিত লোকসভা সমষ্টিৰ ডিফুৰ আপাৰ দিলাজীৰ ১৩৬নং ভোটগ্ৰহণ কেন্দ্ৰত ২৪ এপ্ৰিলত পুণৰ ভোটগ্ৰহণ।

news18assam
Updated:April 22, 2019, 7:07 PM IST
২৪ এপ্ৰিলত ডিফুৰ আপাৰ দিলাজীৰ ১৩৬নং ভোটকেন্দ্ৰত পুণৰ ভোটগ্ৰহণ
৩নং স্বায়ত্তশাসিত লোকসভা সমষ্টিৰ ডিফুৰ আপাৰ দিলাজীৰ ১৩৬নং ভোটগ্ৰহণ কেন্দ্ৰত ২৪ এপ্ৰিলত পুণৰ ভোটগ্ৰহণ।
news18assam
Updated: April 22, 2019, 7:07 PM IST
৩নং স্বায়ত্তশাসিত লোকসভা সমষ্টিৰ ডিফুৰ আপাৰ দিলাজীৰ ১৩৬নং ভোটগ্ৰহণ কেন্দ্ৰত ২৪ এপ্ৰিলত পুণৰ ভোটগ্ৰহণ। মুঠ ৬৮৮ গৰাকী ভোটাৰ থকা ভোটকেন্দ্ৰটোত ১৮ এপ্ৰিলত ৫২৮ গৰাকী ভোটাৰে ভোটদান কৰিছিল।

সেইদিনা ভোটগ্ৰহণৰ ৪৫ মিনিট পিছতে EVM বিকল হোৱাত অন্য এটা EVM যোগান ধৰা হৈছিল৷ উক্ত EVMত ভোটদান সুকলমে হয় যদিও প্ৰিজাইডিং বিষয়াই ভিভিপেটৰ পৰা ম’ক প’লৰ শ্লিপসমূহ উলিয়াই নথ’লে। সেয়ে নিৰ্বাচন আয়োগে উক্ত কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি