আজি অসমৰ ক’ত ক’ত চলিছে পুনৰ ভোটগ্ৰহণ?

পুৱা ৭ বজাৰ পৰা ভোটদান পৰ্ব আৰম্ভ। ইভিএম বিকল হোৱা বাবে বাতিল হৈছিল ভোটগ্ৰহণ।

news18assam
Updated:May 6, 2019, 8:26 AM IST
আজি অসমৰ ক’ত ক’ত চলিছে পুনৰ ভোটগ্ৰহণ?
পুৱা ৭ বজাৰ পৰা ভোটদান পৰ্ব আৰম্ভ। ইভিএম বিকল হোৱা বাবে বাতিল হৈছিল ভোটগ্ৰহণ।
news18assam
Updated: May 6, 2019, 8:26 AM IST
কোকৰাঝাৰ সমষ্টিৰ দুটা ভোটকেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ। বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৩ আৰু ৩৪ নম্বৰ কেন্দ্ৰত পুৱা ৭ বজাৰে পৰা চলি আছে ভোটদান পৰ্ব। বৰপাটৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্ৰতো চলিছে ভোটগ্ৰহণ। লগতে ধুবুৰী, গোলকগঞ্জ, মানকাচৰৰ এটাকৈ ভোটকেন্দ্ৰ আৰু দক্ষিণ শালমাৰাৰ দুটা কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ। ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণ হৈছিল কোকৰাঝাৰ লোকসভা সমষ্টিত। ইভিএম বিকল হোৱা বাবে বাতিল হৈছিল ভোটগ্ৰহণ।
আৰু চাওক পৰৱৰ্তী বাতৰি