দ্বিতীয় পৰ্যায়ৰ পুনৰ ভোটগ্ৰহণ আৰম্ভ

কৰিমগঞ্জৰ চাৰিটা কেন্দ্ৰত পুনৰ অনুষ্ঠিত ভোটগ্ৰহণ, ইনাৰ মণিপুৰতো ১২টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত

news18assam
Updated:April 24, 2019, 6:31 PM IST
দ্বিতীয় পৰ্যায়ৰ পুনৰ ভোটগ্ৰহণ আৰম্ভ
পুনৰ অনুষ্ঠিত ভোটগ্ৰহণ
news18assam
Updated: April 24, 2019, 6:31 PM IST
কৰিমগঞ্জৰ চাৰিটা কেন্দ্ৰত পুনৰ অনুষ্ঠিত ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুনৰ আৰম্ভ। ১০৫নং বাটইয়া এল পি স্কুলত, ১৩৪নং গন্ধৰ্বখানি এল পি স্কুলত, ১৫২নং আতানগৰ এল পি স্কুলত আৰু ১৫৩নং আতানগৰ এল পি স্কুলতো অনুষ্ঠিত ভোটগ্ৰহণ।

ইফালে ইনাৰ মণিপুৰতো ১২টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। পুৱা ৯ বজালৈ ১৬ শতাংশ ভোটদান।

 
আৰু চাওক পৰৱৰ্তী বাতৰি