মুখ্যপৃষ্ঠা »খবৰ »অসম »গ্ৰাহকলৈ সাময়িক সকাহ! মার্চৰ পূৰ্বে বৃদ্ধি নহয় বিদ্যুৎ মাচুল

গ্ৰাহকলৈ সাময়িক সকাহ! মার্চৰ পূৰ্বে বৃদ্ধি নহয় বিদ্যুৎ মাচুল

সদ্যহতে কাৰ্যকৰী হোৱা নাই বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ।

সদ্যহতে কাৰ্যকৰী হোৱা নাই বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ।

সদ্যহতে কাৰ্যকৰী হোৱা নাই বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ।

  • Share this:
বিদ্যুতৰ মাচুল বৃদ্ধি সন্দৰ্ভত গ্ৰাহকলৈ সাময়িক সকাহ। মার্চৰ পূৰ্বে বৃদ্ধি নহয় বিদ্যুৎ মাচুল। সকলো পক্ষৰ মতাতম গ্ৰহণ কৰিহে বিদ্যুৎ নিয়ামক আয়োগে দিব সিদ্ধান্ত। ২২ জানুৱাৰীলৈকে ৰাইজ, দল -সংগঠন, প্ৰতিষ্ঠানে অনলাইনযোগে দিব পাৰিব অভিযোগ। মাৰ্চৰ প্ৰথম সপ্তাহত বিদ্যুৎ নিয়ামক আয়োগৰ শুনানিৰ সম্ভাৱনা। সকলো পক্ষৰ শুনানি গ্ৰহণৰ পিছতহে বিদ্যুতৰ মাচুলক লৈ গ্ৰহণ কৰা হ’ব সিদ্ধান্ত। সদ্যহতে কাৰ্যকৰী হোৱা নাই বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ।

শেহতীয়া বাতৰি