News18 AssamNews18 Assam
|
News18-Assam Updated:November 11, 2020, 12:58 PM IST
ইংৰাজী "Peace" কবিতাটোৰ যোগেদি তেওঁ প্ৰথম স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৰেখা বৰকটকীয়ে।
ইংৰাজী "Peace" কবিতাটোৰ যোগেদি তেওঁ প্ৰথম স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৰেখা বৰকটকীয়ে।
ডিগবৈৰ প্ৰয়াত কৃতী শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে উপেন বৰঠাকুৰ আৰু নিৰ্মালী দেৱীৰ একমাত্ৰ কন্যা, যোৰহাটৰ বোৱাৰী তথা অসমৰ বিশিষ্ট কবি ৰেখা বৰকটকীয়ে আন্তঃৰাষ্ট্ৰীয় পটভূমিত কবিতাৰে নিজৰ নাম উজলাবলৈ সক্ষম হয়। বাংলাদেশ চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত স্বপ্ননীল সাহিত্য চৰ্চা পৰিষদৰ দ্বাৰা আয়োজিত কবিতা প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পটভূমিত ইংৰাজী "Peace" কবিতাটোৰ যোগেদি তেওঁ প্ৰথম স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। কবি ৰেখা বৰকটকীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে বৌদ্ধিক মহল।
Published by:
Sanjay Kumar Das
First published:
November 11, 2020, 12:58 PM IST