বলীউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা তেণ্ডন গুৱাহাটীত

দেওবাৰে The ‍Blue Window Interior Design Show Room মুকলি অনুষ্ঠানৰ বাবে গুৱাহাটীলৈ আহি বলীউডৰ অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে অসমৰ লগত থকা তেওঁৰ ২৫ বছৰীয়া নিবিড় সম্পৰ্কৰ কথা

news18assam
Updated:April 28, 2019, 6:16 PM IST
বলীউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা তেণ্ডন গুৱাহাটীত
দেওবাৰে The ‍Blue Window Interior Design Show Room মুকলি অনুষ্ঠানৰ বাবে গুৱাহাটীলৈ আহি বলীউডৰ অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে অসমৰ লগত থকা তেওঁৰ ২৫ বছৰীয়া নিবিড় সম্পৰ্কৰ কথা
news18assam
Updated: April 28, 2019, 6:16 PM IST
গুৱাহাটীত উপস্থিত  বলীউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা তেণ্ডন। দেওবাৰে The ‍Blue Window Interior Design Show Room মুকলি অনুষ্ঠানৰ বাবে গুৱাহাটীলৈ আহি বলীউডৰ অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে অসমৰ লগত থকা তেওঁৰ ২৫ বছৰীয়া নিবিড় সম্পৰ্কৰ কথা।  অসমীয়াৰ মান–সন্মান স্বাভিমানৰ গামোচাখনৰ কথাও প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে। অসমীয়া সাজ চাদৰ মেখেলাৰ কথাও প্ৰকাশ কৰিলে বলীউডী অভিনেত্ৰী ৰবীনাই। 

আনহাতে ৰঙালীৰ বতৰত অসমলৈ আহি উৎফুল্লিত অভিনেত্ৰীগৰাকীয়ে অসমীয়া খাদ্যৰো জুতি লোৱাৰ কথা জনালে সংবাদমাধ্যমৰ আগত। ‘স্বচ্ছ কৰি ৰাখক মহানগৰী’-  ৰাজ্যবাসীক আহ্বান জনালে অভিনেত্ৰী ৰবীনা টেণ্ডনে।
চাওক এই ভিডিঅ’



 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি