ঢেকীয়াজুলিত জঘন্য ঘটনা, মন্দিৰৰ চৌহদত যুৱতীক বলাৎকাৰ

নিচাজাতীয় দ্ৰব্য খুৱাই বলপূৰ্বকভাৱে বলাত্কাৰ যুৱতীগৰাকীক।

News18-Assam
Updated:August 14, 2019, 11:29 AM IST
ঢেকীয়াজুলিত জঘন্য ঘটনা, মন্দিৰৰ চৌহদত যুৱতীক বলাৎকাৰ
নিচাজাতীয় দ্ৰব্য খুৱাই বলপূৰ্বকভাৱে বলাত্কাৰ যুৱতীগৰাকীক।
News18-Assam
Updated: August 14, 2019, 11:29 AM IST
ঢেকীয়াজুলিত সংঘটিত হ’ল এক জঘন্য ঘটনা। শিঙৰীৰ ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰ চৌহদত এগৰাকী যুৱতীক বলাত্কাৰ। নিচাজাতীয় দ্ৰব্য খুৱাই বলপূৰ্বকভাৱে বলাত্কাৰ যুৱতীগৰাকীক। মন্দিৰৰ চকীদাৰে কৰায়ত্ত কৰি কটুবুদ্দিন আহমেদ নামৰ লম্পটটোক গতালে আৰক্ষীক। আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি