• Home
  • »
  • News
  • »
  • assam
  • »
  • Marigaon Rape Update : 'পঠা' গুলীবিদ্ধ ! মৰিগাঁৱৰ জঘন্য নাবালিকা ধৰ্ষণ আৰু হত্যাৰ অপৰাধী পঠা ওৰফে ছৈয়দ আৰক্ষীৰ গুলীত আহত।

Marigaon Rape Update : 'পঠা' গুলীবিদ্ধ ! মৰিগাঁৱৰ জঘন্য নাবালিকা ধৰ্ষণ আৰু হত্যাৰ অপৰাধী পঠা ওৰফে ছৈয়দ আৰক্ষীৰ গুলীত আহত।

২০ জুনত এগৰাকী  ৯ বছৰীয়া কন্যাক ধৰ্ষণৰ পিছত হত্যা (Rape-Murder) কৰিছিল ছৈয়দ আলীয়ে।

২০ জুনত এগৰাকী  ৯ বছৰীয়া কন্যাক ধৰ্ষণৰ পিছত হত্যা (Rape-Murder) কৰিছিল ছৈয়দ আলীয়ে।

২০ জুনত এগৰাকী  ৯ বছৰীয়া কন্যাক ধৰ্ষণৰ পিছত হত্যা (Rape-Murder) কৰিছিল ছৈয়দ আলীয়ে।

  • Share this:
মৰিগাঁৱ (Marigaon)ৰ বালিদোঙাৰ জঘন্য ধৰ্ষণকাৰী ছৈয়দ আলী (Syed Ali) ওৰফে পঠা গুলীবিদ্ধ। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতোই গুলীচালনা কৰে আৰক্ষীয়ে। বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH)ত চিকিৎসাধীন হৈ আছে ধৰ্ষণকাৰীটো।

তদন্তৰ বাবে ঘটনাস্থলীলৈ আৰক্ষীয়ে লৈ গৈছিল ছৈয়দ আলীক। কিন্তু ছেগ বুজি পলাবলৈ চেষ্টা কৰিছিল বলাৎকাৰীটোৱে।  লগে লগে আৰক্ষীয়ে ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ছৈয়দ আলীৰ দুখন ভৰিত দুটা গুলী লাগি পৰি যায়। তাৰ পাছতে তেওঁক চিকিৎসালয়লৈ নিয়া হয়।

উল্লেখ্য যে ২০ জুনত এগৰাকী  ৯ বছৰীয়া কন্যাক ধৰ্ষণৰ পিছত হত্যা (Rape-Murder) কৰিছিল ছৈয়দ আলীয়ে।
Published by:Manjumoni Borah
First published: