• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰথমে ধৰ্ষণ, তাৰ পিছত অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি কিশোৰীক ব্লেকমেইল, জালত স্বয়ম্ভু সাংবাদিক সহ পাঁচ লম্পট

প্ৰথমে ধৰ্ষণ, তাৰ পিছত অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি কিশোৰীক ব্লেকমেইল, জালত স্বয়ম্ভু সাংবাদিক সহ পাঁচ লম্পট

প্ৰথমে ধৰ্ষণ, তাৰ পিছত অশ্লীল ভিডিঅ’ প্ৰস্তুত। আনকি ধৰ্ষণৰ ভিডিঅ' ৰেকৰ্ড কৰি দুই কিশোৰীক ব্লেক মেইল কৰাৰো অপচেষ্টা।

  • Share this:
প্ৰথমে ধৰ্ষণ, তাৰ পিছত অশ্লীল ভিডিঅ’ প্ৰস্তুত। আনকি ধৰ্ষণৰ ভিডিঅ' ৰেকৰ্ড কৰি দুই কিশোৰীক ব্লেকমেইল কৰাৰো অপচেষ্টা। গহপুৰৰ হেলেমত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাঁচটা লম্পটক। তাৰে মাজৰে এটাই নিজক পৰিচয় দিছে স্বয়ম্ভু সাংবাদিক বুলি।

নিজকে এটা ৱেব পৰ্টেলৰ সাংবাদিক বুলি পৰিচয় দি বুকু ফিন্দাই নিজৰ বিলাসী গাড়ীত ঘূৰি থকা প্ৰণৱজ্যোতি পাটগিৰি নামৰ লম্পটৰ কু-কীৰ্তিৰ কথা পোহৰলৈ আহিল শণিবাৰে। ভুক্তভোগী কিশোৰী দুগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গহপুৰ মহকুমাৰ হেলেম আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে সাংবাদিক বুলি পৰিচয় দিয়া প্ৰণৱজ্যোতি পাটগিৰিৰ লগতে উক্ত জঘন্য কাণ্ডত জড়িত চনু আগৰৱালা, সঞ্জীৱ ফুকন, দীপক গুৰুং আৰু ৰাকেশ পায়েং নামৰ চাৰি লম্পটক।
First published: