
সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাতে ৰখা হৈছে চিণ্টু মেধিক। আমিৰ আলী আৰু চিণ্টু মেধিক আদালতত হাজিৰ কৰাব আৰক্ষীয়ে।
সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাতে ৰখা হৈছে চিণ্টু মেধিক। আমিৰ আলী আৰু চিণ্টু মেধিক আদালতত হাজিৰ কৰাব আৰক্ষীয়ে।
ৰঞ্জিত বৰা হত্যাকাণ্ডৰ গোচৰত আন এজনক আটক। চিণ্টু মেধি ওৰফে কিশোৰ নামৰ এটা অভিযুক্ত আটক। সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখি গোপনে জেৰা কৰিছে চিণ্টু মেধিক। এটা বৃহৎ চক্ৰ জড়িত ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সৈতে।
সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাতে ৰখা হৈছে চিণ্টু মেধিক। আমিৰ আলী আৰু চিণ্টু মেধিক আদালতত হাজিৰ কৰাব আৰক্ষীয়ে। চিণ্টু মেধিয়ে সমগ্ৰ ঘটনাৰ কথা নাকচ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|