ৰঙিয়াত অঘটন, দুৰ্বৃত্তই জ্বলালে ‘CAA’ আৰি থোৱা মেজি ঘৰ!

News18 Assam | News18-Assam
Updated:January 15, 2020, 10:28 AM IST
ৰঙিয়াত অঘটন, দুৰ্বৃত্তই জ্বলালে ‘CAA’ আৰি থোৱা মেজি ঘৰ!
Source-Google

দুৰ্বৃত্তই জ্বলালে CAA আৰি থোৱা মেজি ঘৰ

  • Share this:
মাঘৰ বিহুৰ উদযাপনৰ সময়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। সেইসময়তে  ৰঙিয়াৰ বটাকুছিত অঘটন । দুৰ্বৃত্তই জ্বলালে CAA আৰি থোৱা মেজি ঘৰ । নিশা কোনো দুৰ্বৃত্তই জ্বলাই থৈ গ'ল CAA বিৰোধী শ্লোগান আৰি থোৱা মেজিঘৰটো । স্থানীয় ৰাইজে পুৱা মেজি জ্বলাব আহি হতবম্ব হৈ পৰে ।
আৰু চাওক
পৰৱৰ্তী বাতৰি