• Home
  • »
  • News
  • »
  • assam
  • »
  • জহি-খহি গৈছে বিদ্যালয় গৃহ, নাই গণিত-হিন্দী শিক্ষক ! পাঠদান এৰি ধৰ্ণাত বহিল এশ এবুৰি সমস্যাত অতিষ্ঠ ছাত্র-ছাত্ৰী ...

জহি-খহি গৈছে বিদ্যালয় গৃহ, নাই গণিত-হিন্দী শিক্ষক ! পাঠদান এৰি ধৰ্ণাত বহিল এশ এবুৰি সমস্যাত অতিষ্ঠ ছাত্র-ছাত্ৰী ...

ৰঙিয়াৰ কানিকুছিত পাঠদান এৰি ধৰ্ণাত বহিল ছাত্র-ছাত্ৰী । ৰঙিয়াৰ কানিকুছি নিজ বড়িগোগ হাইস্কুলৰ এশ এবুৰি সমস্যাক লৈ অতিষ্ঠ ছাত্ৰ-ছাত্ৰী সকলে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

  • Share this:
    ৰঙিয়াৰ কানিকুছিত পাঠদান এৰি ধৰ্ণাত বহিল ছাত্র-ছাত্ৰী । ৰঙিয়াৰ কানিকুছি নিজ বড়িগোগ হাইস্কুলৰ এশ এবুৰি সমস্যাক লৈ অতিষ্ঠ ছাত্ৰ-ছাত্ৰী সকলে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

    বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তি , বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা , উন্নত প্ৰস্ৰাৱগাৰ নিৰ্মাণ , ভগ্ন ডেস্ক-বেঞ্চ মেৰামতি কৰা , মধ্যাহ্ন ভোজনত পুষ্টিকৰ খাদ্য যোগান ধৰাকে আদি কৰি বিভিন্ন দাবীত এইসকল ছাত্র-ছাত্ৰীয়ে বিদ্যালয় চৌহদত ধৰ্ণা প্ৰদৰ্শন কৰে । দীৰ্ঘদিন ধৰি বিদ্যালয়খনত শিক্ষাৰ্থীসকলে শৈক্ষিক অব্যৱস্থাৰ বাবে সমস্যাত ভুগি আহিছে । যাৰ বাবে শিক্ষা গ্ৰহণত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । গণিত আৰু হিন্দী শিক্ষকৰ পদ খালী থকা বাবে এই বিষয় দুটাৰ শিক্ষা গ্ৰহণৰ পৰা ছাত্ৰ-ছাত্ৰী সকল বঞ্চিত হৈ আহিছে । ইয়াৰ উপৰিও বিদ্যালয় গৃহ জহি-খহি যোৱাৰ লগতে ডেস্ক-বেঞ্চ ভাঙি গৈছে । এটুপি বিশুদ্ধ খোৱাপানীৰ দৰে নূন্যতম সুবিধাৰ পৰাও বঞ্চিত হৈছে । শীঘ্ৰে এই চৰকাৰী বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায় ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Kokil Sarma
    First published: