உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া নগৰ ছেনিটাইজ কৰিলে মহকুমা প্ৰশাসনে । 

    ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া নগৰ ছেনিটাইজ কৰিলে মহকুমা প্ৰশাসনে । 

    শুক্ৰবাৰৰ পৰা আৰম্ভ কৰিছে ৰঙিয়া নগৰখন ছেনিটাইজ কৰাৰ প্ৰক্ৰিয়া । ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনত এনেদৰে নামি পৰে মহকুমা প্ৰশাসনৰ লোকসকল ।

    • Share this:
      ক'ভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দিনে দিনে ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে । কভিডৰ এনে বিপজ্জনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া নগৰ ছেনিটাইজ কৰিলে মহকুমা প্ৰশাসনে ।

      ৰঙিয়া নগৰখন এফালৰ পৰা ছেনিটাইজ কৰা হৈছে । শুক্ৰবাৰৰ পৰা আৰম্ভ কৰিছে ৰঙিয়া নগৰখন ছেনিটাইজ কৰাৰ প্ৰক্ৰিয়া । ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনত এনেদৰে নামি পৰে মহকুমা প্ৰশাসনৰ লোকসকল । উল্লেখ্য যে যোৱা কিছুদিনত ৰঙিয়াত দ্ৰুতগতিত বৃদ্ধি পাইছে COVID-19 ত আক্ৰান্তৰ সংখ্যা । যাক লৈ শংকিত হৈ পৰিছে ৰঙিয়াৰ সচেতন মহল । যাৰবাবে মহকুমা প্ৰশাসনে, ৰঙিয়া পৌৰসভাৰ সহযোগত ৰঙিয়া নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয় সমুহ ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে ।
      Published by:Kokil Sarma
      First published: