• Home
  • »
  • News
  • »
  • assam
  • »
  • Road Construction: বহু জল্পনা-কল্পনাৰ অন্তত ৰাইজে লাভ কৰিছিল এটা পকী পথ ... কিন্তু নিৰ্মাণৰ পিছতে চপৰা চপৰে কিয় খহিবলৈ লৈছে পথটো ?

Road Construction: বহু জল্পনা-কল্পনাৰ অন্তত ৰাইজে লাভ কৰিছিল এটা পকী পথ ... কিন্তু নিৰ্মাণৰ পিছতে চপৰা চপৰে কিয় খহিবলৈ লৈছে পথটো ?

ৰঙিয়াৰ দক্ষিণ বৰদলত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি । পথ নিৰ্মাণৰ পিছতে চপৰা চপৰে খহিছে গড়কাপ্তানী পথ । অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে পথ নিৰ্মাণত ।

  • Share this:
    ৰঙিয়াৰ দক্ষিণ বৰদলত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি । পথ নিৰ্মাণৰ পিছতে চপৰা চপৰে খহিছে গড়কাপ্তানী পথ । অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছে পথ নিৰ্মাণত । যাৰ বাবে পথ নিৰ্মাণ সম্পূৰ্ণ নহওতে এনেদৰে গড়কাপ্তানী পথটো জহি-খহি গৈছে । যাৰবাবে ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

    ৰাইজৰ অভিযোগ দীৰ্ঘদিনীয়া সমস্যাৰ বহু জল্পনা-কল্পনাৰ অন্তত গড়কাপ্তানী পথটো লাভ কৰিছিল । কিন্তু ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে পথতো এনেদৰে চপৰা-চপৰে খহি গৈছে । ৰাইজৰ প্ৰশ্ন, ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে ৰাইজে আকৌ দুৰ্ভোগ ভুগিব লাগিব নেকি ? দুৰ্নীতিৰ ক্ষেত্রত শূন্য সহনশীলতা সহ্য নকৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে এই ক্ষেত্রত কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় বিষয় হ'ব ।
    Published by:Kokil Sarma
    First published: