• Home
  • »
  • News
  • »
  • assam
  • »
  • ক'ৰোনাৰ আতংকৰ মাজতে সামগ্ৰীৰ নাটনি দেখুৱাই ৰঙিয়াত কোনে বঢ়াইছে আলু-পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম? শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা লোৱাৰ আহ্বান ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ।

ক'ৰোনাৰ আতংকৰ মাজতে সামগ্ৰীৰ নাটনি দেখুৱাই ৰঙিয়াত কোনে বঢ়াইছে আলু-পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম? শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা লোৱাৰ আহ্বান ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ।

আলু পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি দেখাই নিজ ময়মতালিৰে দাম বঢ়াইছে ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ একাংশ অসাধু ব্যৱসায়ীয়ে।

  • Share this:
    ক'ভিড আতংকৰ মাজতে ৰঙিয়াৰ বিভিন্ন অঞ্চলত হুৰহুৰাই বাঢ়িছে আলু পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম । ক'ৰোনাৰ গইনা লৈ নিশাৰ ভিতৰতে বঢ়াইছে বস্তুৰ দাম । আলু পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি দেখাই নিজ ময়মতালিৰে দাম বঢ়াইছে অসাধু ব্যৱসায়ীয়ে ।

    সাধাৰণ জনসাধাৰণে আলু পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাটো কষ্টকৰ হৈ পৰিছে । আলু-পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দিনকদিনে বৃদ্ধি হৈ থকাত আকাশলংঘী মূল্যবৃদ্ধিয়ে গ্ৰাহকক জ্বলা কলা খুৱাইছে । ইফালে মিঠাতেলৰ দামো দিনক দিনে বাঢ়ি আকাশলংঘী হৈছে। সেয়েহে এতিয়া সচেতন গ্ৰাহকে যোগান বিভাগৰ তথা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে । ৰঙিয়াৰ প্ৰায়বোৰ অঞ্চলৰ ৰাইজে হোলছেলাৰৰ লগতে ৰিতেইলাৰ দোকানসমূহত বস্তুৰ দামৰ ক্ষেত্ৰত চকু ফুৰাবলৈ অনুৰোধ জনাইছে।
    Published by:Kokil Sarma
    First published: