• Home
  • »
  • News
  • »
  • assam
  • »
  • ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত বিজেপি নেতাকো ৰেহাই দিয়া নহ’ব, ক’লে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই

ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত বিজেপি নেতাকো ৰেহাই দিয়া নহ’ব, ক’লে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই

ড্ৰাগছ ব্যৱসায়ী বিজেপি কৰ্মী গ্ৰেপ্তাৰ হোৱাৰ দুটা দিন পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই।

  • Share this:
    ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত বিজেপি নেতাকো ৰেহাই দিয়া নহ’ব। প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ সকীয়নি ড্ৰাগছ ব্যৱসায়ীক। ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত এগৰাকী বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল ৰঙিয়া আৰক্ষীয়ে। ড্ৰাগছ ব্যৱসায়ী বিজেপি কৰ্মী গ্ৰেপ্তাৰ হোৱাৰ দুটা দিন পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই।

    ৰঙিয়াৰ ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বিজেপি দল আৰু প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাই কঠোৰ হ’ব বুলি সকীয়াই দিয়ে। লগতে যদি কোনো বিজেপি কৰ্মীয়ে পুনৰ ড্ৰাগছ ব্যৱসায়ত জড়িত হয় তেন্তে দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষীক সহায় কৰিব বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে কলিতাই।
    Published by:Sanjay Kumar Das
    First published: