• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19ৰ মাজতে ৰঙিয়াৰ বাবে এটি ভাল খবৰ ! শীঘ্ৰেই ৰঙিয়া আদৰ্শ চিকিৎসালয়ত উপলদ্ধ হ'ব ICU ব্যৱস্থা...

Covid-19ৰ মাজতে ৰঙিয়াৰ বাবে এটি ভাল খবৰ ! শীঘ্ৰেই ৰঙিয়া আদৰ্শ চিকিৎসালয়ত উপলদ্ধ হ'ব ICU ব্যৱস্থা...

ক'ভিড আতংকৰ মাজতে ৰঙিয়াৰ বাবে এটি সু-খবৰ । শীঘ্ৰে স্বাস্থ্য খণ্ডৰ দীৰ্ঘদিনীয়া এটা সমস্যাৰ অন্ত পৰিব । ৰঙিয়া আদৰ্শ চিকিৎসালয়ত উপলদ্ধ হ'ব ICU ব্যৱস্থা ।

  • Share this:

    জৰুৰীকালীন সেৱাৰ বাবে ৪৭ খন বেডৰ ব্যৱস্থা কৰা হৈছে ৰঙিয়া আদৰ্শ চিকিৎসালয়ত । কিছু দিন পূৰ্বে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰঙিয়াত উপস্থিত হৈ চিকিৎসালয়খনত  ICU উপলদ্ধ হোৱাৰ কথা সদৰি কৰিছিল । এতিয়া পূৰ্ণগতিত নিৰ্মাণ কাম চলিছে ।চিকিৎসালয়খনত ICU ৰ ব্যৱস্থায়ে ৰঙিয়াৰ বৃহত্তৰ অঞ্চলৰ লগতে নিচে ওচৰতে লাগি থকাসমীপৰ বালিসত্ৰ, ধুহিবালা, ডিমুৰ লগতে বাক্সা জিলাৰ অন্তৰ্গত গোৰেশ্বৰ আৰু নলবাৰী জিলাৰ অন্তৰ্গত কিছু অঞ্চলৰ ৰাইজৰ বাবে যথেষ্ট সুবিধা হৈ পৰিব বুলি মন্তব্য কৰে চিকিৎসালয়খনৰ অধীক্ষক নৱনীতা বৰাই ।
    Published by:Kokil Sarma
    First published:

    শেহতীয়া বাতৰি