নাৰ্জাৰীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে জানে ক'ত কিমান ভোট লাগিব। আমাৰ UPPLৰ নেতায়ো জানে জয়ী হোৱাৰ অংক। অংক ইতিমধ্যে কৰি থোৱা আছে।’’ নাৰ্জাৰীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে জানে ক'ত কিমান ভোট লাগিব। আমাৰ UPPLৰ নেতায়ো জানে জয়ী হোৱাৰ অংক। অংক ইতিমধ্যে কৰি থোৱা আছে।’’ আমাৰ হাতত সংখ্যা মজুত আছে। আমি দুয়োগৰাকী জয়ী বুলি ধৰক। আনুষ্ঠানিকতাহে বাকী আছে। এই মন্তব্য ৰাজ্যসভা নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীৰ।
নাৰ্জাৰীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে জানে ক'ত কিমান ভোট লাগিব। আমাৰ UPPLৰ নেতায়ো জানে জয়ী হোৱাৰ অংক। অংক ইতিমধ্যে কৰি থোৱা আছে। মই ABSUৰ আদৰ্শ মানি চলিম, মানি চলিম UPPLৰ নীতি। ফলাফল আমাৰ হাততে আছে।’’
Published by: Sanjay Kumar Das
First published: March 21, 2022, 12:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|