২৪ মাৰ্চ অৰ্থাৎ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ৰমজানৰ ৰোজা। এই ঘোষণা কেন্দ্ৰীয় হিলাল কমিটী অসমৰ।
আজি সন্ধিয়া অসম, উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ অন্যান্য প্ৰান্তত দেখা নগ'ল ৰমজান মাহৰ ৰোজা। সেয়েহে ২৪ মাৰ্চ শুকুৰবাৰৰ পৰা প্ৰথম ৰমজানৰ ৰোজা আৰম্ভ হ'ব।
Published by: Kokil Sarma
FIRST PUBLISHED : March 22, 2023, 21:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।