• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনটোত ৰঙিয়াত উৎসৱমুখৰ পৰিৱেশ

ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনটোত ৰঙিয়াত উৎসৱমুখৰ পৰিৱেশ

বহু লোকে নিজৰ ঘৰৰ পদূলিত বন্তি জ্বলাই আনন্দ প্ৰকাশ কৰে।

বহু লোকে নিজৰ ঘৰৰ পদূলিত বন্তি জ্বলাই আনন্দ প্ৰকাশ কৰে।

বহু লোকে নিজৰ ঘৰৰ পদূলিত বন্তি জ্বলাই আনন্দ প্ৰকাশ কৰে।

  • Share this:
    ৰঙিয়াত উৎসৱমুখৰ পৰিবেশ। ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ দিনটোত ৰঙিয়াত বন্তি প্ৰজ্বলন। ৰঙিয়া তিনিআলিৰ হনুমান মন্দিৰৰ সমীপত বজৰংগ দলে পাঁচ হাজাৰ বন্তি প্ৰজ্বলন কৰে আৰু ৰঙিয়া মুৰাৰাত এহেজাৰ বন্তি প্ৰজ্বলন কৰে ৰাম সেনাই। সকলোৱে মিলি আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰে। এই উৎসৱত ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতায়ো অংশগ্ৰহণ কৰে। বহু লোকে নিজৰ ঘৰৰ পদূলিত বন্তি জ্বলাই আনন্দ প্ৰকাশ কৰে।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি