মুখ্যপৃষ্ঠা »খবৰ »অসম »বন্ধ কুঠৰীৰ পৰা ওলাল ৰাকেশ পাল ! ৬ বছৰ ৪ মাহৰ অন্তত মুক্ত আকাশৰ তলত ৰাকেশ পাল ...

বন্ধ কুঠৰীৰ পৰা ওলাল ৰাকেশ পাল ! ৬ বছৰ ৪ মাহৰ অন্তত মুক্ত আকাশৰ তলত ৰাকেশ পাল ...

শুকুৰবাৰে বিশেষ আদালতত জামিন লাভ কৰিলে যদিও যাৱতীয় নথি পত্ৰৰ কাম সম্পন্ন কৰি মঙ্গলবাৰে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল ৰাকেশ পাল ৷ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই নিজ গৃহলৈ যাত্ৰা ৰাকেশ পালৰ !

  • Share this:
ভঙাগড় আৰক্ষী থানাৰ কৃষি বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ জামিন লাভৰ লগে লগে মুক্ত আকাশৰ তললৈ আহিল অসম লোকসেৱা আয়োগত বক্ৰ পথেৰে চাকৰি ক্ৰয় বিক্ৰয় কৰাৰ অভিযোগত অভিযুক্ত ৰাকেশ পাল ৷

শুকুৰবাৰে বিশেষ আদালতত জামিন লাভ কৰিলে যদিও যাৱতীয় নথি পত্ৰৰ কাম সম্পন্ন কৰি মঙ্গলবাৰে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল ৰাকেশ পাল ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত পোহৰলৈ অহা APSC দুৰ্নীতি অভিযোগত কাৰাগাৰলৈ গৈছিল ৰাকেশ পাল ৷ সেয়া প্ৰায় ৬ বছৰ ৪ মাহ সময় অতিক্ৰমৰ অন্তত জামিন লাভ কৰি মুকলি আকাশ তললৈ ৰাকেশ পাল ৷ জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই ৰাকেশ পালে সংবাদ মাধ্যমৰ সন্মুখত কলে কেন্দ্ৰীয় কাৰাগাৰত বহু উন্নয়ন মূলক কাম কৰাৰ সুযোগ লাভ কৰিলো ৷ ইয়াৰ ভিতৰত কাৰাগাৰত নামঘৰ, পাৰ্ক ‍আদি বনোৱা বুলি উল্লেখ ৷  কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই ৰাকেশ পালে পোনে ঘৰলৈ যাত্ৰা কৰে ৷

শেহতীয়া বাতৰি