APSC কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰাকেশ গুপ্তাৰ জামিন মঞ্জুৰ

বিশেষ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে। প্ৰায় ডেৰ বছৰ ধৰি পলাতক আছিল ৰাকেশ গুপ্তা।

news18assam
Updated:June 11, 2019, 6:28 PM IST
APSC কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰাকেশ গুপ্তাৰ জামিন মঞ্জুৰ
বিশেষ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে। প্ৰায় ডেৰ বছৰ ধৰি পলাতক আছিল ৰাকেশ গুপ্তা।
news18assam
Updated: June 11, 2019, 6:28 PM IST
ৰাকেশ গুপ্তাৰ জামিন মঞ্জুৰ। বিশেষ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰে। ৰাকেশ গুপ্তা APSC কেলেংকাৰীৰ অন্যতম অভিযুক্ত। প্ৰায় ডেৰ বছৰ ধৰি পলাতক আছিল ৰাকেশ গুপ্তা। ৩ মাহ পূৰ্বে গুপ্তাই আত্মসমৰ্পণ কৰিছিল আদালতত।
আৰু চাওক পৰৱৰ্তী বাতৰি