• Home
  • »
  • News
  • »
  • assam
  • »
  • ২৫ জুনলৈ বিজেপিৰ সকলো সাংগঠনিক কাম–কাজ বাতিল, সংবাদমেলত পৱিত্ৰ মাৰ্ঘেৰিটাই ক’লে – এতিয়া ৰাইজক সহায় কৰাৰ সময়

২৫ জুনলৈ বিজেপিৰ সকলো সাংগঠনিক কাম–কাজ বাতিল, সংবাদমেলত পৱিত্ৰ মাৰ্ঘেৰিটাই ক’লে – এতিয়া ৰাইজক সহায় কৰাৰ সময়

কংগ্ৰেছে আৰম্ভ কৰা পূজা অৰ্চনা কৰাক লৈ প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ। তেওঁ কয়, পূজা কৰক, কিন্তু কেৱল প্ৰচাৰৰ বাবে বিজেপিক তাচ্ছিল্য কৰিবলৈ যদি কৰিছে সেয়া বেয়া কথা।

  • Share this:
বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল। বানগ্ৰস্তসকলৰ কাষত থিয় হ'বলৈ কাৰ্যকৰ্তাসকলক আহ্বান। ইতিমধ্যে সাংগঠিনক ভাৱে প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা।

মাৰ্ঘেৰিটাই কয়, অহা ২৫ জুনলৈ বিজেপিৰ সকলো সাংগঠনিক কাম কাজ বাতিল কৰা হৈছে। এতিয়া সকলো দলে এক হৈ ৰাইজক সহায় কৰাৰ সময়।

কংগ্ৰেছে আৰম্ভ কৰা পূজা অৰ্চনা কৰাক লৈ প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ। তেওঁ কয়, পূজা কৰক, কিন্তু কেৱল প্ৰচাৰৰ বাবে বিজেপিক তাচ্ছিল্য কৰিবলৈ যদি কৰিছে সেয়া বেয়া কথা।এতিয়া পূজা, কবিতা লিখা, প্ৰতিবাদত ব্যস্ত থকাৰ পৰিৱৰ্তে ৰাইজৰ কাষত থিয় দিয়াৰ সময়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি